అర్థం : কোনো বস্তু আদিক নষ্ট কৰা কার্য
							ఉదాహరణ : 
							পৰমেশ্বৰে শত্রুক ধ্বংস কৰিবৰ বাবে জন্ম লয়
							
పర్యాయపదాలు : ধ্বংস কৰা
అర్థం : উচ্ছন্ন বা নষ্ট হোৱা
							ఉదాహరణ : 
							ৰজাৰ সৈন্যই গাঁওবোৰ উছন কৰিলে
							
పర్యాయపదాలు : অনিষ্ট কৰা, উছন কৰা, উছন হোৱা, ছাৰখাৰ কৰা, ধ্বংস কৰা, নাশ কৰা, বিনাশ কৰা
అర్థం : কোনো বস্তু তৈয়াৰ কৰাৰ সময়ত এনে ধৰণৰ ভুল ত্রুটি হোৱা যাৰ কাৰণে বস্তুটো ভাল নহয় বুলি সকলোৱে মানি লয়
							ఉదాహరణ : 
							দর্জীজনে মোৰ কাপোৰ যোৰ বেয়া কৰিলে
							
పర్యాయపదాలు : বেয়া কৰা