అర్థం : বৰষুণৰ পানী বৈ অহা জলপথ
							ఉదాహరణ : 
							একেৰাহে বৰষুণ হোৱাৰ কাৰণে নলাবোৰ ওপচি পৰিছে
							
పర్యాయపదాలు : নলা-নর্দ্্মা
అర్థం : যি নলীৰে লেতেৰা পানী আদি বৈ যায়
							ఉదాహరణ : 
							ঘৰৰ নর্দ্্মাৰ পৰা ওলোৱা পানী গৈ বাটত একগোট হʼলে বেমাৰৰ উৎপন্ন হʼব পাৰে
							
పర్యాయపదాలు : নর্দ্্মা
అర్థం : যাৰ মাজেদি বৰষুণৰ পানী বা ময়লা যুক্ত পানী বৈ যায়
							ఉదాహరణ : 
							এই নলাটোৰ পানী চহৰৰ দূৰৈৰ এখন নদীত গৈ পৰিছে
							
పర్యాయపదాలు : নলা-নর্দ্্মা