అర్థం : ঘৰ,ভৱন আদি সজাৰ পূর্বে ্তাৰ ভূমিৰ ওপৰত সাজিবলৈ লোৱা বেৰ, কোঠা আদি ৰেখাৰ সহায়ত অংকন কৰা চিত্র বিশেষ
							ఉదాహరణ : 
							দেউতাই এই ঘৰটোৰ নক্সা নিজেই তৈয়াৰ কৰি লৈছে
							
పర్యాయపదాలు : আর্হি
అర్థం : কোনো কামৰ আকাৰ-প্রকাৰ আদিৰ পৰিচায়ক হোৱাকৈ আনুমানিক পৰিমাপ কৰি বনোৱা এক ধৰণৰ ৰূপ বা কাঠামো
							ఉదాహరణ : 
							যিকোনো কাম আৰম্ভ কৰাৰ পূর্বে ্তাৰ ৰূপৰেখা তৈয়াৰ কৰি লোৱা হয়
							
పర్యాయపదాలు : ৰূপৰেখা