అర్థం : ধৰা কার্য
							ఉదాహరణ : 
							তেওঁৰ ্ধৰাটো ঢিলা হোৱা কাৰণেই মাছটো পানীত জপিয়াই পৰিল
							
అర్థం : মনোভাব আদিক নিয়ন্ত্রণত ৰখা কার্য
							ఉదాహరణ : 
							মায়ে ৰাতিপুৱাৰ পৰা ধৰা কথাটো দেউতা অহাৰ লগে লগেই উজাৰি দিলে
							
అర్థం : কিবা কৰি থকা কাৰোবাক কোনো বিশেষ কাৰণত বাধা দিয়া
							ఉదాహరణ : 
							নিৰীক্ষকে নকল কৰি থকা পৰীক্ষার্থীক ধৰিলে
							
అర్థం : আক্রান্ত হোৱা
							ఉదాహరణ : 
							মোৰ বেয়াকৈ পানীলগাই ধৰিছে
							
అర్థం : কʼৰবালৈ যাবৰ কাৰণে কোনো বাহন বা ৰাস্তাৰ ব্যৱহাৰ কৰা
							ఉదాహరణ : 
							মুম্বাইলৈ যাবৰ কাৰণে মই দহ বজাৰ ৰেল ধৰিলো  আমি তালৈ যাবৰ কাৰণে এখন ৰিক্সা লʼলোঁ
							
పర్యాయపదాలు : লোৱা
అర్థం : কল্পনা কৰা
							ఉదాహరణ : 
							আমি প্রশ্নৰ সমাধান কৰিবৰ কাৰণে ক আৰু খ-ক অজ্ঞাত ৰাশি স্থানত ধৰিছোঁ
							
పర్యాయపదాలు : কল্পনা কৰা, ধৰি লোৱা
అర్థం : বতাহ, সেমেকা বতৰ আদিত ধাতু নষ্ট হোৱা অৱস্থা
							ఉదాహరణ : 
							বৰষুণত লোহা মামৰে খায়
							
పర్యాయపదాలు : খোৱা
అర్థం : কʼৰবালৈ যাবৰ বাবে বাহন আদিৰ ওচৰ পোৱা
							ఉదాహరణ : 
							পলম হোৱাৰ কাৰণে আমি দহ বজাৰ বাচ ধৰিব নোৱাৰিলো
							
అర్థం : কোনো বস্তু পৰি নোযোৱাকৈ বা এৰাব নোৱাৰাকৈ হাতত লোৱা কার্য
							ఉదాహరణ : 
							ৰাস্তাটো পাৰ কৰাবৰ কাৰণে ককাদেউতাকে শিশুটোৰ হাতত ধৰিলে