అర్థం : অন্ধকাৰ বা অস্পষ্ট হোৱা অৱস্থা বা ভাব
							ఉదాహరణ : 
							চানি পৰাৰ কাৰণে চকুৰে ধুঁৱলি-কুৱলী দেখিছে
							
పర్యాయపదాలు : ধুৱলি-কুঁৱলী
అర్థం : অলপ আন্ধাৰ হোৱা অৱস্থা বা ভাব
							ఉదాహరణ : 
							সন্ধিয়াৰ ধুঁৱলি-কুঁৱলীত চোৰ ঘৰৰ ভিতৰলৈ সোমাই গʼল
							
పర్యాయపదాలు : ধুঁৱলি-কুৱলী