అర్థం : যি তীব্র বতাহৰ লগত বৰষুণো আহে
							ఉదాహరణ : 
							হস্ত নক্ষত্র উঠোতেই বতাহ-বৰষুণ আৰম্ভ হʼল
							
పర్యాయపదాలు : বতাহ-বৰষুণ
అర్థం : অতিপাত বৰষুণ আৰু ধূলি-বালি উৰি হোৱা ধুমুহা-বতাহ
							ఉదాహరణ : 
							ৰাতি অহা ধুমুহা-বৰষুণে মানুহৰ সা-সম্পত্তিৰ যথেষ্ট ক্ষতি কৰিলে
							
పర్యాయపదాలు : তুফান