అర్థం : প্রাণীৰ একে ৰূপতে থকা সকলো অংগৰ সমষ্টি
						 
						 
					
							ఉదాహరణ : 
							শৰীৰ ভালে ৰাখিবলৈ ব্যায়াম কৰা উচিত  যি দৰে আমি পুৰণা কাপোৰ সলাই নতুন কাপোৰ পিন্ধো সেইদৰে আত্মাইও পুৰণা দেহ ত্যাগ কৰি নতুন দেহত প্রৱেশ কৰে
							
					
							పర్యాయపదాలు : 
							ইন্দ্রিয়াতন, কায়, গা, গাত্র, তনু, দেহ, দেহা, বপু, ভোগায়তন, শৰীল, শৰীৰ