అర్థం : কঠিন হোৱা অৱস্থা বা ভাব
							ఉదాహరణ : 
							সাহসী লোকৰ জীৱনত কঠিনতা অহাৰ পিছতো অলপো বিচলিত নহয়
							
పర్యాయపదాలు : কঠিনতা
అర్థం : কোনো কাম কৰোতে বাধা পোৱা স্থিতি
							ఉదాహరణ : 
							এনেকুৱা পৰিস্থিতিত কাম কৰিবলৈ মই অসুবিধা পাওঁ
							
పర్యాయపదాలు : অসুবিধা, কঠিনতা, কষ্টসাধ্যতা