అర్థం : কাৰোবাক কিবা হস্তান্তৰ কৰা???
							ఉదాహరణ : 
							অধ্যাপকজনে তেওঁক পুৰস্কাৰ দিছে
							
పర్యాయపదాలు : প্রদান কৰা
అర్థం : কাৰোবাক দুখী কৰা বা কাৰোবাৰ হানি কৰা
							ఉదాహరణ : 
							পুতেকে নিজৰ ঘৰ এৰি মাক-দেউতাকক বহুত দুখ দিলে
							
అర్థం : * সুলভ বা উপল্্ব্ধ কৰা
							ఉదాహరణ : 
							কʼৰবালৈ অহা-যোৱা কৰিবৰ কাৰণে আমি বাহনো দি্ওঁ
							
పర్యాయపదాలు : উপল্্ব্ধ থকা, প্রদান কৰা, সুলভ থকা