అర్థం : টকা-পইচা সংগ্রহ কৰা পাত্র বিশেষ
							ఉదాహరణ : 
							তেওঁ ্সদায় দানপাত্রত দহ টকা দিয়ে
							
పర్యాయపదాలు : দান-পাত্র
అర్థం : লোহা বা কাঠেৰে সজা একধৰণৰ বাকচ যাক সার্বজনীন বা ৰাজহুৱা স্থান আদিত দান কৰা ধন ৰাখিবৰ কাৰণে থোৱা হয়
							ఉదాహరణ : 
							তেওঁ ্দানপাত্রত এশ টকা দিলে
							
పర్యాయపదాలు : দান-পাত্র
అర్థం : দান পোৱা উপযুক্ত ব্যক্তি
							ఉదాహరణ : 
							দান সদায় দানপাত্রতহে দিয়া উচিত