అర్థం : কঠিনতাৰে কৰা বহুত ভাল কাম
							ఉదాహరణ : 
							শচীনে ক্রিকেট খেলত বহুত অভিজ্ঞতা লাভ কৰিলে
							
పర్యాయపదాలు : অভিজ্ঞতা
అర్థం : কাৰোবাৰ অন্তর্নিহিত বৌদ্ধিক শক্তি
							ఉదాహరణ : 
							চাকৰি দিয়াৰ আগতে প্রার্থীসকলৰ দক্ষতা পৰীক্ষা কৰা হয়
							
పర్యాయపదాలు : কুশলতা
అర్థం : কোনো কথা আদি ভালদৰে বুজাৰ শক্তি বা তাৰ ভাল জ্ঞান
							ఉదాహరణ : 
							এই বিষয়ত ্তেওঁৰ ্ভাল দখল আছে
							
పర్యాయపదాలు : দখল