అర్థం : ভয় আদিৰ কাৰণে কঁপিবলৈ ধৰা
							ఉదాహరణ : 
							উগ্রপন্থীক দেখি সোহনৰ গোটেই শৰীৰ থৰথৰ কৰিবলৈ ধৰিলে
							
పర్యాయపదాలు : কঁপিবলৈ ধৰা, কঁপ্া, কম্পিত হোৱা, থৰথৰ কৰা, থৰথৰি হোৱা
అర్థం : কোনো কথা বা ঘটনা আদিৰ দ্বাৰা ভয় খোৱা বা বিমোৰত পৰা
							ఉదాహరణ : 
							গাঁৱত এটা নৰখাদক বাঘ ওলোৱা খবৰ পাই সকলো মানুহ আতংকিত হৈ পৰিল
							
పర్యాయపదాలు : আতংকগ্রস্ত হোৱা, আতংকিত হোৱা, ত্রাসিত হোৱা, পেপুৱা লগা, ভীতি-বিহ্বল হোৱা, ভীতিগ্রস্ত হোৱা, ভয়তে মূচকচ যোৱা