అర్థం : থাইলেণ্ডৰ অধিবাসী
							ఉదాహరణ : 
							এই হোটেলখনত ভালেমান থাইবাসীয়ে বাহৰ পাতি আছেহি
							
పర్యాయపదాలు : থাইবাসী, থাইলেণ্ড-বাসী
అర్థం : যি লিপিত থাই ভাষা লিখা হয়
							ఉదాహరణ : 
							ছোৱালীজনীয়ে বহীখনত থাই লিপি লিখি আছে
							
పర్యాయపదాలు : থাই লিপি
అర్థం : থাইলেণ্ডত থকা বা বসতি কৰা
							ఉదాహరణ : 
							এই হোটেলখন কেৱল থাই লোকৰ কাৰণে
							
పర్యాయపదాలు : থাইলেণ্ডিয়ান
అర్థం : থাইলেণ্ডৰ বা তাৰ সৈতে সম্বন্ধ থকা
							ఉదాహరణ : 
							থাই সীমান্তত ডকাইতৰ দল গ্রেপ্তাৰ হʼল
							
అర్థం : থাই ভাষাৰ সৈতে সম্বন্ধ থকা
							ఉదాహరణ : 
							আমি এখন থাই চিনেমা চালোঁ