అర్థం : কাৰোবাক বেয়া কথা কোৱা
							ఉదాహరణ : 
							তেওঁ ্ আধা ঘণ্টা ধৰি গালি পাৰি আছে
							
పర్యాయపదాలు : কটুক্তি কৰা, গালি দিয়া, গালি পৰা, বকা, বকি থকা, বিতণ্ডা কৰা, বি্কর্থ্্না কৰা, লণ্ডাটিকা কৰা
అర్థం : কাৰোবাৰ মান-সন্মান বা প্রতিষ্ঠাত হানি হোৱাকৈ কৰা কাম বা কথা
							ఉదాహరణ : 
							তেওঁ ্ মোক সকলোৰে সন্মুখত অপমান কৰিলে
							
పర్యాయపదాలు : অনাদৰ কৰা, অপমান কৰা, অপমানিত কৰা
అర్థం : অৱজ্ঞা বা তিৰস্কাৰপূর্বক ্কোনো টান কথা কোৱা
							ఉదాహరణ : 
							শ্যামে টকা বিচৰাত দেউতাকে তেওঁক তিৰস্কাৰ কৰিলে