అర్థం : তিব্বতৰ ভাষা
							ఉదాహరణ : 
							অসমীয়া ভাষাৰ ওপৰত তিব্বতী ভাষাৰ প্রভাৱ পৰিছে
							
పర్యాయపదాలు : তিব্বতী ভাষা
అర్థం : তিব্বতৰ অধিবাসী
							ఉదాహరణ : 
							তিব্বতীসকল বহুত উদ্যমী
							
అర్థం : তিব্বতত থকা বা বসতি কৰা
							ఉదాహరణ : 
							তিব্বতী লামাসকলক আদৰণী জনাবলৈ সকলো থিয় হʼল
							
అర్థం : তিব্বতী ভাষা বা তিব্বতী ভাষাৰ সৈতে সম্বন্ধ থকা
							ఉదాహరణ : 
							তেওঁ তিব্বতী কাহিনীবোৰ বৰ ভাল পায়
							
అర్థం : তিব্বতৰ বা তিব্বত সম্বন্ধীয়
							ఉదాహరణ : 
							তিব্বতী মূলৰ সাত হাজাৰ শৰণার্থী ইয়ালৈ আহিল