అర్థం : যি লিপিত তামিল ভাষা লিখা হয়
							ఉదాహరణ : 
							তামিল হৈয়ো তেওঁ ্তামিল পঢ়িব নোৱাৰে
							
పర్యాయపదాలు : তামিল লিপি
అర్థం : বহু প্রাচীনকালৰ পৰা দক্ষিণ ভাৰত আৰু শ্রীলংকাত তামিলসকলে কৈ অহা এক দ্রাবিড় ভাষা
							ఉదాహరణ : 
							তেওঁলোক দুজনে তামিলত কথা পাতি আছে
							
పర్యాయపదాలు : তামিল ভাষা
అర్థం : তামিলনাডুৰ নিবাসী
							ఉదాహరణ : 
							ভালেমান তামিল মোৰ ভাল বন্ধু
							
అర్థం : তামিল ভাষাৰ সৈতে সম্বন্ধ থকা বা তামিল ভাষাৰ
							ఉదాహరణ : 
							তামিল সাহিত্য বহুত উন্নত
							
అర్థం : তামিলনাডুৰ সৈতে সম্বন্ধ থকা
							ఉదాహరణ : 
							বুৰঞ্জীবিদসকলে তামিল সভ্যতা আৰু সংস্কৃতিক ভাৰতবর্ষৰ ্আটাইতকৈ পুৰণি সংস্কৃতি হিচাপে গণ্য কৰে
							
అర్థం : তামিলনাডুত থকা বা বসতি কৰা
							ఉదాహరణ : 
							তামিল লোকসকলে পুঙ্গল বৰ উলহ-মালহেৰে পালন কৰে