అర్థం : সেনাৰ যুদ্ধ কৰা নিয়মৰ অভ্যাস
							ఉదాహరణ : 
							সৈনিকসকলে সদায় কুচ-কাৱাজ কৰিব লাগে
							
పర్యాయపదాలు : কুচ-কাৱাজ
అర్థం : বিজুলী প্রবাহৰ দ্বাৰা চলা এক ধৰণৰ ভেদক যন্ত্র
							ఉదాహరణ : 
							এই পকী দেৱালখনত বিন্ধা উলিয়াবৰ কাৰণে মোক এটা ড্রিলৰ প্রয়োজন হৈছে
							
పర్యాయపదాలు : ড্রিল মেচিন, ড্রিলিং মেচিন