అర్థం : লিবিয়াত প্রচলিত মুদ্রা
							ఉదాహరణ : 
							তেওঁ অলপ লিবিয়ান ডিনাৰ লৈ বেংকলৈ গৈছে
							
పర్యాయపదాలు : লিবিয়ান ডিনাৰ
అర్థం : টিউনিছিয়াত প্রচলিত মুদ্রা
							ఉదాహరణ : 
							তুমি এই টিউনিছিয়ান ডিনাৰবোৰৰ কি কৰিবা ?
							
పర్యాయపదాలు : টিউনিছিয়ান ডিনাৰ
అర్థం : আলজেৰিয়াত প্রচলিত মুদ্রা
							ఉదాహరణ : 
							তেওঁ বেংকত কিছু আলজেৰিয়ান ডিনাৰ জমা কৰিলে
							
పర్యాయపదాలు : আলজেৰিয়ান ডিনাৰ
అర్థం : ইৰাকত প্রচলিত মুদ্রা
							ఉదాహరణ : 
							আপুনি ইৰাকী ডিনাৰৰ পৰিৱর্তে ্টকা বিমান বন্দৰতে পাই যাব
							
పర్యాయపదాలు : ইৰাকী ডিনাৰ
అర్థం : ইৰাণত প্রচলিত মুদ্রা
							ఉదాహరణ : 
							এজন ইৰাণীয়ে মোৰ পৰা ইৰাণী ডিনাৰৰ সলনি টকা বিচাৰিছিল
							
పర్యాయపదాలు : ইৰাণী ডিনাৰ
అర్థం : কুৱেইটত প্রচলিত মুদ্রা
							ఉదాహరణ : 
							আচলামে ভনীয়েকক এহেজাৰ কুৱেইটী ডিনাৰ উপহাৰ দিলে
							
పర్యాయపదాలు : কুৱেইটী ডিনাৰ
అర్థం : বাহৰেইনত চলা মুদ্রা
							ఉదాహరణ : 
							তেওঁ ্মাকৰ কাৰণে প্রতিমাহে এশ বাহৰেইনী  ডিনাৰ  পঠিয়ায়
							
పర్యాయపదాలు : বাহৰেইনী ডিনাৰ
అర్థం : জর্দানত প্রচলিত মুদ্রা
							ఉదాహరణ : 
							তেওঁ ্মোক এটা জর্দানৰ ডিনাৰ দেখুৱালে
							
పర్యాయపదాలు : জর্দানিয়ান ডিনাৰ