అర్థం : নেদাৰলেণ্ডৰ নিবাসী
							ఉదాహరణ : 
							সেই ওলন্দাজজনক গুপ্ত বিমানৰ দ্বাৰা অনা হৈছিল
							
పర్యాయపదాలు : ওলন্দাজ, নেদাৰলেণ্ডবাসী, হলেণ্ডবাসী
అర్థం : নেদাৰলেণ্ডত কোৱা ভাষা
							ఉదాహరణ : 
							ডাচ নেদাৰলেণ্ডৰ বাহিৰেও অন্য দেশতো কোৱা হয়
							
పర్యాయపదాలు : ওলন্দাজ ভাষা, ডাচ ভাষা
అర్థం : নেদাৰলেণ্ডৰ বা নেদাৰলেণ্ড সম্বন্ধী
							ఉదాహరణ : 
							আমি ডাচ সংগ্রহালয় চাৰলৈ গʼলো
							
అర్థం : ডাচ ভাষাৰ বা ডাচ ভাষা সম্বন্ধী
							ఉదాహరణ : 
							তেওঁৰ ্ডাচ ৰচনাবোৰক সুৰক্ষিতকৈ ৰখা হৈছে