అర్థం : ঠিকনা বা স্থান সূচোৱা কোনো বিশেষ কথা যাৰ যোগেদি কাৰোবাৰ ওচৰত পাব পাৰি
							ఉదాహరణ : 
							মই তেওঁৰ ঠিকনা বিচাৰি ইয়াত পালোঁহি
							
అర్థం : কোনো ঠাই বা ব্যক্তি আদিক লগ পাবৰ বাবে দিয়া নির্দেশ ্ বা চিঠি আদিত লিখিত কাৰোবাৰ নাম আৰু বসবাস কৰা ঠাই আদি
							ఉదాహరణ : 
							ভুল ঠিকনা লিখা কাৰণে ডাকোৱালে বেলেগৰ চিঠি আমাৰ ঘৰত দি গʼল