అర్థం : টাইৱান দেশৰ অধিবাসী
							ఉదాహరణ : 
							কালি মই এজন টাইৱানীক লগ পাইছিলোঁ
							
పర్యాయపదాలు : টাইৱান বাসী, টাইৱান-বাসী
అర్థం : টাইৱানৰ সৈতে সম্বন্ধ থকা বা টাইৱানৰ
							ఉదాహరణ : 
							আমি টাইপেইৰ সংগ্রহালয়ত টাইৱানী কলাৰ অদ্ভূত চানেকি দেখিলোঁ