అర్థం : জুইৰ দ্বাৰা কোনো অংগ পীড়িত কৰা
							ఉదాహరణ : 
							বোৱাৰীজনী আহাৰ ৰন্ধাৰ সময়ত জ্বলিল
							
పర్యాయపదాలు : জ্বলি যোৱা
అర్థం : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা
							ఉదాహరణ : 
							এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে
							
పర్యాయపదాలు : জলা, জ্বলি যোৱা, পোৰা, পোৰা যোৱা