అర్థం : অন্য কোনো বস্তুৰ শেষত লগোৱা
							ఉదాహరణ : 
							চেইন বনাবৰ কাৰণে তেওঁ ্সোণৰ তাঁৰবোৰ জুৰিলে
							
పర్యాయపదాలు : জোৰা, সংলগ্ন কৰা
అర్థం : দুই বা ততোধিক বস্তু বা অংশক সী, মিলাই বা লগ-লগাই বা অন্য উপায়েৰে এক কৰা
							ఉదాహరణ : 
							মিস্ত্রীজনে মেজখনৰ ভগা খুঁটিটো জোৰা দি আছে
							
పర్యాయపదాలు : জোৰা দিয়া