అర్థం : বাৰিষাকালত দেখা দিয়া এবিধ পতঙ্গ যাৰ গাৰ পিছ অংশ খুউব জিলিকি থাকে
							ఉదాహరణ : 
							লʼৰা-ছোৱালীবোৰে জোনাকী পৰুৱা ধৰিবৰ কাৰণে তাৰ পিছে পিছে দৌৰিছে
							
పర్యాయపదాలు : খদ্যোত, জোনাকী পৰুৱা, জ্যোতিৰিংগ, জ্যোতিৰিংগন, জ্যোতিৰিঙ্গ, জ্যোতিৰিঙ্গন
అర్థం : চন্দ্র বা জোনৰ ৰশ্মিৰে সৈতে যুক্ত
							ఉదాహరణ : 
							চন্দ্রাৱলীৰ ৰাতি ভ্রমণৰ মজাই বেলেগ
							
పర్యాయపదాలు : চন্দ্রাৱলী