అర్థం : পেটৰ আহাৰ হজম কৰা তাপ
							ఉదాహరణ : 
							জঠৰাগ্নিয়ে ভালদৰে কাম কৰিলে শৰীৰ সুস্থ হৈ থাকে
							
అర్థం : খাবৰ কাৰণে ওপজা ইচ্ছা
							ఉదాహరణ : 
							মাকক দেখিয়েই কেঁচুৱাটোৰ ভোক বাঢ়ি গʼল
							
పర్యాయపదాలు : অন্নলিপ্সা, কলমলনি, কোষ্ঠাগ্নি, ক্ষুধা, জঠৰজ্বালা, জঠৰানল, পেটৰ পোৰণি, বুভুক্ষা, ভোক, ভোজনেচ্ছা