అర్థం : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া
							ఉదాహరణ : 
							লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে
							
పర్యాయపదాలు : টুকুৰা কৰা, ভগা, ভঙা, ভাগি দিয়া, ভাঙি দিয়া
అర్థం : ৰস, ছাল আদি চিঙিবৰ কাৰণে শৰীৰ, গা-গছ ইত্যাদিৰ ওপৰত কোনো হাথিয়াৰেৰে আঘাত কৰি তাৰ ওপৰ ভাগ কটা কাৰ্য
							ఉదాహరణ : 
							মহেশে নিমৰ ছাল ছিঙিছে
							
అర్థం : কটা বা কোনো মূলবস্তুৰ পৰা আঁতৰি যোৱা কার্য
							ఉదాహరణ : 
							বৰষুণৰ আগেয়ে গছ-গছনি ছিঙি গৈছিল
							
పర్యాయపదాలు : এৰাই যোৱা, ছিন্ন হোৱা