అర్థం : গধুৰ বস্তুৰ তলত অহা
							ఉదాహరణ : 
							শিলে লʼৰাটোৰ হাতখন চেপিলে
							
అర్థం : ৰসাল বস্তু হেঁ্চা দি ্ তাৰ ৰস উলিওৱা কার্য
							ఉదాహరణ : 
							মায়ে আমৰ ৰস তৈয়াৰ কৰিবলৈ পকা আমবোৰ চেপিছে
							
అర్థం : কোনো তল আদিৰে হেঁচি তলৰ ফাললৈ ঠেলি পঠিওৱা কাৰ্য
							ఉదాహరణ : 
							ৰাস্তা বনোৱাৰ সময়ত মাটি, শিল আদিক ৰোলাৰৰ সহায়ত চেপা হয়
							
పర్యాయపదాలు : চেপি ধৰা
అర్థం : গাড়ী আদিৰ তলত পৰি মৰি যোৱা
							ఉదాహరణ : 
							কুকুৰটোক ৰেলগাড়ীয়ে চেপিলে
							
అర్థం : ভিজি থকা কোনো বস্তু পকাই বা হেঁ্চা দি ্ তাৰ পৰা তৰল পদার্থখিনি বাহিৰ কৰি দিয়া কার্য
							ఉదాహరణ : 
							তেওঁ ্ চাদৰখন চেপিছে
							
పర్యాయపదాలు : আটি দিয়া