అర్థం : জুই ফুকিবলৈ ব্যৱহাৰ কৰা বাঁহ, লোহা আদিৰ নলী
							ఉదాహరణ : 
							চুঙাৰে ফুকি ফুকি চৌকাৰ জুইকুৰা জ্বলাই আছে
							
పర్యాయపదాలు : চুঙি, জুই ফুকা চুঙা
అర్థం : নলৰ আকাৰৰ কোনো বস্তু
							ఉదాహరణ : 
							জীৱজন্তুৰ বেমাৰ হʼলে বাঁহৰ নলিচাৰে ঔষধ খুওৱা হয়
							
పర్యాయపదాలు : নলিচা