అర్థం : বিচাৰ কৰা কার্য ্বা ভাব
							ఉదాహరణ : 
							বহুত চিন্তা কৰাৰ পিচত আমি সমস্যাটোৰ সমাধান বিচাৰি উলিয়ালোঁ
							
పర్యాయపదాలు : চিন্তন, চিন্তন-মনন, মনন
అర్థం : দোদুল্যমান, অশান্তি, কঠিনতা তথা ভয়ৰ পৰা ওপজা মনৰ অৱস্থা
							ఉదాహరణ : 
							মই এই কামটো কিমান সোনকালে শেষ কৰিব পাৰো দিনে-ৰাতিয়ে মোৰ তাৰেই চিন্তা হৈ থাকে
							
పర్యాయపదాలు : উগুল-থুগুল, খুদুৱনি, চিন্তা-ভাৱনা, ভাবনা, ভাবনি, ভাৱনা