అర్థం : ৰোগ নিৰাময় কৰা প্রক্রিয়া
							ఉదాహరణ : 
							গাঁৱৰ ৰোগীসকলে চিকিৎসাৰ কাৰণে চহৰলৈ যাবলগীয়া হয়
							
పర్యాయపదాలు : প্রতিকাৰ
అర్థం : চিকিৎসকৰ কাম বা পেছা
							ఉదాహరణ : 
							তেওঁ চিকিৎসা কৰি নিজৰ পৰিয়ালৰ ভৰণ পোষণ দি আছে
							
పర్యాయపదాలు : ডাক্তৰী
అర్థం : যাৰ (ৰোগ) আৰোগ্য হোৱাটো সম্ভৱ
							ఉదాహరణ : 
							বৈজ্ঞানিকসকলে বর্ত্্মানসকলো ৰোগৰে চিকিৎসা সম্ভৱ কৰি তোলাৰ প্রয়াস চলাই আছে
							
పర్యాయపదాలు : আৰোগ্যসাধ্য, চিকিৎসনীয়, চিকিৎসাসাধ্য