అర్థం : পুৰুষক মোহিত কৰিবৰ কাৰণে স্ত্রীসকলে কৰা মনোমোহা চেষ্টা
							ఉదాహరణ : 
							শীলাৰ ৰেহৰূপত প্রভাৱিত হৈয়েই বিনোদে তেওঁক বিবাহ কৰিলে
							
పర్యాయపదాలు : আচাৰ-ব্যৱহাৰ, গঢ়-গতি, ৰেহৰূপ
అర్థం : কাৰোবাৰ ধৰণ-কৰণ বা তেওঁৰ ্ দ্বাৰা কৰা কামৰ আলেখ-লেখ
							ఉదాహరణ : 
							আপুনি আপোনাৰ লʼৰাৰ গতিবিধিৰ প্রতি মন দিয়া উচিত
							
పర్యాయపదాలు : কার্য-্কলাপ, কার্যকল্াপ, ক্রিয়া-কলাপ, ক্রিয়াকলাপ, গতি-গোত্র, গতি-বিধি, গতিবিধি, চালচলন, হাৱ-ভাৱ, ৰেহ-ৰূপ
అర్థం : থকা বা বাস কৰাৰ ক্রিয়া বা ভাৱ
							ఉదాహరణ : 
							গাওঁ আৰু চহৰৰ ধৰণ-কৰণত বহুত প্রভেদ থাকে
							
పర్యాయపదాలు : ধৰণ-কৰণ
అర్థం : নাৰীৰ আব-হাৱা
							ఉదాహరణ : 
							তেওঁ নি্র্মল গুণৰ অধিকাৰিণী
							
పర్యాయపదాలు : গুণৰ অধিকাৰিণী, চালচলন, চৰিত্র
అర్థం : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ
							ఉదాహరణ : 
							সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে
							
పర్యాయపదాలు : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, চৰিত্র, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র