అర్థం : লাঠী আদিৰ প্রয়োগ বা প্রহাৰ হোৱা
							ఉదాహరణ : 
							আজি বাৱতৰ বস্তিত লাঠী চলিল
							
అర్థం : মিহি কাপোৰ বা চালনি আদিৰে কোনো গুড়ি বা বীজ আদি সৰকোৱা কার্য, ্ যʼত কাপোৰ বা চালনিৰ ওপৰত কুটা বা ডাঙৰ অংশ ৰৈ যায়
							ఉదాహరణ : 
							তেওঁ ্ আটাখিনি লদা কৰাৰ আগতে চালি লʼলে  আইতাই ঘেঁহু্ চালি আছে
							
పర్యాయపదాలు : চালি লোৱা
అర్థం : আহাৰ খোৱাৰ সময় বা খোৱাৰ পিছতো আৰু খাব পৰা
							ఉదాహరణ : 
							এনেয়ে মই খাই আহিছোঁ তথাপিও মিঠাইটো চলিব মোৰ পেট ভৰি গʼল, আৰু একো নচলিব
							
అర్థం : সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলি থকা
							ఉదాహరణ : 
							চোৱাযাওক, মিছাৰ আধাৰত গঢ় লোৱা এই সম্পর্ক কিমান দিন চলে
							
అర్థం : কোনো বস্তু আদিৰ প্রচলনত অহা
							ఉదాహరణ : 
							টোগলকৰ শাসনকালত তেওঁৰ ্নামত মুদ্রা চলিছিল
							
పర్యాయపదాలు : প্রচলিত হোৱা
అర్థం : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া
							ఉదాహరణ : 
							ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে
							
పర్యాయపదాలు : টিকা
అర్థం : প্রভুত্ব বিস্তাৰ কৰা কার্য
							ఉదాహరణ : 
							গাঁৱত তেওঁৰ বহুত চলে