అర్థం : সৌৰজগতৰ আটাইতকৈ ডাঙৰ নক্ষত্র, যিয়ে আমাক তাপ আৰু পোহৰ দিয়ে
						 
						 
					
							ఉదాహరణ : 
							সূর্য সকলো শক্তিৰ মূল উৎস  সূর্য ্ সৌৰজগতৰ মূল কেন্দ্রবিন্দু
							
					
							పర్యాయపదాలు : 
							অংশুমান, অৰুণ, আদিত্য, চাকা, তপন, দিননাথ, দিবাকৰ, প্রভাকৰ, বেলি, ভানু, ভাস্কৰ, মিহিৰ, সবিতা, সূর্য, সূৰুয, ৰবি