అర్థం : চাৰিওফালে আন্ধাৰেৰে আৱৰি ধৰা কৃষ্ণপক্ষৰ ৰাতি
							ఉదాహరణ : 
							ঘৰত ৰত্নাৱলীক নাপাই তুলসীদাসে আন্ধাৰ ৰাতিতে ঘৰৰ পৰা ওলাই গʼল
							
పర్యాయపదాలు : অন্ধতমস, আন্ধাৰ ৰাতি, এন্ধাৰ ৰাতি, গাঢ় অন্ধকাৰ, ঘিটঘিটীয়া আন্ধাৰ, ঘিটমিটীয়া আন্ধাৰ, ঘোৰ অন্ধকাৰ, ঘোৰ এন্ধাৰ, ডাঠ আন্ধাৰ, ডাঠ এন্ধাৰ, নিবিড় অন্ধকাৰ
అర్థం : আন্ধাৰেৰে ভৰা
							ఉదాహరణ : 
							ভাদ মাহৰ আন্ধাৰ ৰাতি কৃষ্ণৰ জন্ম হৈছিল
							
పర్యాయపదాలు : অন্ধকাৰ, অন্ধকাৰপূর্ণ, অন্ধকাৰাচ্ছন্ন, আন্ধাৰ, তমসাচ্ছন্ন, তমসাবৃত, তিমিৰাচ্ছান্ন, তিমিৰাবৃত, ্অন্ধকাৰাবৃত