అర్థం : গণিতত এটা সংখ্যাৰে আন এটা সংখ্যাৰ বৃদ্ধি কৰা কার্য
							ఉదాహరణ : 
							দুই আৰু দুই পূৰণ কৰিলে গুণফল চাৰি পোৱা যায়
							
పర్యాయపదాలు : পূৰণ
అర్థం : ধনুত লগোৱা একপ্রকাৰৰ ৰচী যাৰ সহায়ত দূৰলৈ কাঁড় নিক্ষেপ কৰিব পাৰি
							ఉదాహరణ : 
							তেওঁ ধনুত গুণ লগাই আছে
							
పర్యాయపదాలు : গুণা
అర్థం : কোনো বস্তুৰ মাজত পোৱা বিশেষ কথা বা তত্ত্ব যাৰ দ্বাৰা তেনে বস্তু অন্য বস্তুতকৈ পৃথক বুলি গণ্য কৰা হয়
							ఉదాహరణ : 
							সকলো বস্তুৰে কিছুমান লক্ষণ থাকে
							
పర్యాయపదాలు : লক্ষণ