అర్థం : গভীৰ বা গম্ভীৰ হোৱা গুণ বা ভাব
							ఉదాహరణ : 
							তেওঁ এই ্ঘটনাটোৰ গভীৰতালৈকে গʼল
							
పర్యాయపదాలు : গভীৰতা
అర్థం : স্থিৰ চিত্ত হোৱা অৱস্থা বা ভাব
							ఉదాహరణ : 
							যিকোনো কাম স্থিৰচিত্ততাৰে কৰিব লাগে
							
పర్యాయపదాలు : অচঞ্চলতা, অচপলতা, অচাপল্য, উদ্বেগহীনতা, গধুৰালি, গম্ভীৰভাব, গহীন-গম্ভীৰ ভাব, গহীনালি, গাম্ভী্র্য, স্থিৰচিত্ততা