అర్థం : সৰু দুমুখীয়া জোং যিহেৰে হাতী চলোৱা হয় আৰু বশ কৰিবৰ কাৰণে ৰাখেহাতী চলাবলৈ আৰু বশ কৰিবলৈ ব্যৱহাৰ কৰা সৰু দুমুখীয়া জোং
						 
						 
					
							ఉదాహరణ : 
							মেলাত মাউতে হাতীৰ মূৰত বাৰে বাৰে অংকুশেৰে প্রহাৰ কৰিছিল
							
					
							పర్యాయపదాలు : 
							অংকুশ, অঙ্কুশ, গজাকোঁহ, গুপ্তি, ডঠ, ডঠা, যঠা, লাং চিং, হস্তীবাহ