అర్థం : কোনো বস্তুৰ সন্মুখৰ আচ্ছাদন বা ওপৰৰ আৱৰণ আঁতৰোৱা
							ఉదాహరణ : 
							সময় হোৱাৰ লগে লগে মঞ্চৰ আঁৰ্কাপোৰ খোল খালে
							
పర్యాయపదాలు : খোল খোৱা
అర్థం : গুপ্ত বা গূঢ় কথা প্রকট বা স্পষ্ট কৰা
							ఉదాహరణ : 
							তেওঁ নিজৰ প্রেম বিবাহৰ ৰহস্য খুলিলে
							
అర్థం : বন্ধা অথবা জোৰা লগোৱা বস্তু আঁতৰি যোৱা
							ఉదాహరణ : 
							মোৰ ধুতিখন খুলি গʼল  আপোনাৰ কামিজৰ বুটামটো খুলি গʼল
							
పర్యాయపదాలు : খুলি যোৱা
అర్థం : ঢকা বা বাধা দিয়া বস্তু আঁতৰোৱা
							ఉదాహరణ : 
							কোনোবা আদিছে, দুৱাৰখন খোলা
							
అర్థం : কোনো সঁজুলিৰ মেৰামতি কৰিবৰ বাবে তাৰ অংগবোৰ পৃথক কৰা
							ఉదాహరణ : 
							ঘড়ীৰ মেকানিকে বেটাৰী লগাবৰ বাবে ঘড়ীটো খুলিলে
							
అర్థం : পিন্ধা বস্তু পৃথক কৰা
							ఉదాహరణ : 
							লʼৰাটোৱে গা-ধোৱাৰ কাৰণে নিজৰ কাপোৰ খুলিলে
							
పర్యాయపదాలు : সোলোকোৱা
అర్థం : বন্ধন, গাঁঠি আদি খোলা
							ఉదాహరణ : 
							জোতাৰ ৰচীডাল খোলা
							
అర్థం : নিতৌ কার্য আৰম্ভ ্হোৱা
							ఉదాహరణ : 
							এই বেংকটো ন বজাত খোলে
							
అర్థం : নতুনকৈ আৰম্ভ কৰা
							ఉదాహరణ : 
							প্রতিবেশীয়ে বাচনৰ আৰু এখন দোকান খুলিলে
							
అర్థం : বেংক আদিত খাটা আৰম্ভ কৰা
							ఉదాహరణ : 
							ইয়াৰ সকলো কর্ম্্চাৰীয়ে কানাড়া বেংকত খাটা খুলিছে
							
అర్థం : ঢাকি নৰখা বা আৱৰি নৰখা
							ఉదాహరణ : 
							উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা
							
పర్యాయపదాలు : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উদং, উন্মুক্ত, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি
అర్థం : যিটো বন্ধ নহয়
							ఉదాహరణ : 
							খোলা দুৱাৰেদি কুকুৰটো ভিতৰলৈ আহিল
							
అర్థం : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক
							ఉదాహరణ : 
							সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে
							
పర్యాయపదాలు : অকপট, উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে