అర్థం : ভয় খুৱাই বা চক খুৱাই ইফালে-সিফালে ভগোৱা কার্য
							ఉదాహరణ : 
							লʼৰা-ছোৱালীবোৰে জন্তুবোৰক চিঞৰি-বাখৰি খেদিলে
							
పర్యాయపదాలు : উচাপ খুওৱা
అర్థం : কোনোৱে কʼৰবাৰ পৰা আঁতৰি যাবলৈ বাধ্য হোৱাকৈ কৰা কাম
							ఉదాహరణ : 
							ভাৰতীয় বীৰসকলে শত্রুক খেদি পঠালে
							
పర్యాయపదాలు : খেদি পঠোৱা