అర్థం : ক্ষুৰ আদিৰে মূৰৰ চুলি পৰিস্কাৰ কৰা
							ఉదాహరణ : 
							শিশুটোৰ চুলি খুৰোৱা হʼল
							
అర్థం : মূৰ আদিৰ সম্পূর্ণ চুলি আতৰাই পেলোৱা
							ఉదాహరణ : 
							নাপিতে তেওঁৰ মূৰ খুৰাইছে
							
పర్యాయపదాలు : মুণ্ডন কৰা
అర్థం : শিৰ আদিৰ পৰা চুলি ্আঁতৰোৱা কার্য
							ఉదాహరణ : 
							নাপিতৰ ওচৰলৈ গৈ তেওঁ নিজৰ মূৰৰ চুলি খুৰালে
							
పర్యాయపదాలు : মুণ্ডন কৰা