అర్థం : বহুত বেছি পৰিশ্রম কৰা
							ఉదాహరణ : 
							বনুৱাই দিনৰ দিনটো খাটে আৰু তেতিয়াহে দিনটোৰ দুসাজ ৰুটি যোগাৰ কৰিব পাৰে
							
అర్థం : কাৰোবাৰ দ্বাৰা বহুত কাম কৰোৱা
							ఉదాహరణ : 
							উর্মিলাই নিজৰ সতিনীৰ জীয়েকক দিনে ৰাতিয়ে ঘৰৰ কামত খটায়
							
పర్యాయపదాలు : কামত লগোৱা