అర్థం : হিচাপৰ কেঁ্চা চিঠা
							ఉదాహరణ : 
							তেওঁ হিচাপ কৰাৰ পিছত খচৰাখন ফালি পেলালে
							
అర్థం : হাতেৰে লিখা পুস্তক বা দস্তাবেজ
							ఉదాహరణ : 
							সংগ্রহালয়ত বহুত প্রাচীন পাণ্ডুলিপি আছে
							
పర్యాయపదాలు : পাণ্ডুলিপি, পাণ্ডুলেখ
అర్థం : কাটি-কুটি শুদ্ধ কৰিব পৰা লিখনিৰ পূর্ব ৰূপ
							ఉదాహరణ : 
							মন্ত্রীমহোদয়ৰ ভাষণৰ খচৰা তৈয়াৰ হৈ আছে
							
పర్యాయపదాలు : পাণ্ডুলেখ