అర్థం : একেশ্রেণীৰ সকলো ছাত্র-ছাত্রী বহি পঢ়া পঢ়াশালীৰ কোঠা বিশেষ
							ఉదాహరణ : 
							আমাৰ বিদ্যালয়ত দুটা নতুন শ্রেণীকোঠা সাজি আছে
							
పర్యాయపదాలు : শ্রেণীকোঠা
అర్థం : একে শ্রেণীতে পঢ়ি থকা সকলো বিদ্যার্থী
							ఉదాహరణ : 
							এজন ছাত্রৰ কাৰণে গোটেই শ্রেণীটোৱে শাস্তি পালে
							
పర్యాయపదాలు : শ্রেণী
అర్థం : * বিদ্যার্থীসকলৰ সেই শ্রেণী যি একেলগে স্নাতক কৰিছে বা কৰি আছে
							ఉదాహరణ : 
							শ্যামা বিশ্ববিদ্যালয়ৰত মোৰ ক্লাছৰে আছিল
							
పర్యాయపదాలు : ইয়েৰ