అర్థం : যি ক্রম অনুসৰি আছে
							ఉదాహరణ : 
							পৃথিৱীত জীৱৰ ক্রমাগত বিকাশ হৈছে
							
పర్యాయపదాలు : অনুক্রমিক, আনুপূর্বিক, ক্রমবদ্ধ, ক্রমাগত, ক্রমানুযায়ী, ক্রমানুসাৰী
అర్థం : ক্রমান্বয়ে অহা বা হোৱা
							ఉదాహరణ : 
							ক্রমাগত হাৰত সেনাৰ মনোবল ভাঙি গৈছে
							
పర్యాయపదాలు : অনুক্রমিক, আনুপূর্বিক, ক্রমাগত, ক্রমানুযায়ী, ক্রমানুসৰি