అర్థం : কোনো বস্তুৰ ওপৰত পৰি থকা ধূলি আদি ্আঁতৰোৱাৰ কাৰণে বস্তুটো ওপৰলৈ উঠাই জোকাৰি দিয়া
							ఉదాహరణ : 
							তেওঁ বিচনাখন কোবাই আছে
							
పర్యాయపదాలు : কোবাই থকা
అర్థం : কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা
							ఉదాహరణ : 
							পুলিচে চোৰটোক লাঠিৰে মাৰিছে
							
పర్యాయపదాలు : ধুলাই দিয়া, পিটন দিয়া, পিটা, প্রহাৰ কৰা, মৰা