అర్థం : ধনাত্মক আধান থকা পৰমাণুৰ মধ্য ভাগ
							ఉదాహరణ : 
							কেন্দ্রত প্রʼটন আৰু নিউট্রন থাকে
							
పర్యాయపదాలు : নিউক্লিয়াচ
అర్థం : কোনো কার্য আদিৰ কাৰণে নি্র্ধাৰিত ঠাই বা যʼত কোনো কাম বিশেষ ৰূপত হয়
							ఉదాహరణ : 
							নেতাসকলৰ কাৰণে দিল্লী এক ৰাজনৈতিক কেন্দ্র
							
పర్యాయపదాలు : কেন্দ্র স্থান, কেন্দ্রস্থল, কেন্দ্রীয় ঠাই, কেন্দ্রীয় স্থল, কেন্দ্রীয় স্থান, ঘাটি