అర్థం : ৰাতি দেখা নোপোৱা এবিধ ৰোগ
							ఉదాహరణ : 
							ভিটামিন 'এ'ৰ অভাৱত কুকুৰীকণা হয়
							
అర్థం : যিজন ব্যক্তিয়ে ৰাতি দেখা নাপায়
							ఉదాహరణ : 
							কুকুৰীকণাজনে খুটাটোত খুন্দা খালে
							
పర్యాయపదాలు : নিশান্ধ
అర్థం : ৰাতি দেখা নোপোৱা এক ধৰণৰ অৱস্থা
							ఉదాహరణ : 
							ৰশ্মিতাই কুকুৰীকণা ৰোগত ভুগি আছে
							
పర్యాయపదాలు : নিশান্ধতা