అర్థం : অন্যান্য সৰু জীৱ-জন্তু ধৰা কুকুৰজাতীয় এবিধ বনৰীয়া হিংস্র জন্তু
							ఉదాహరణ : 
							ভেৰাকেইটাই কুকুৰনেচীয়া বাঘটো দেখি ভয়তে লৰ দিলে
							
పర్యాయపదాలు : কুকুৰনেচীয়া বাঘ, চোকাটি, লকয়া
అర్థం : কুকুৰনেচীয়া বাঘৰ মাইকী
							ఉదాహరణ : 
							মাইকী কুকুৰনেচীয়াজনীয়ে পোৱালিক গাখীৰ খুৱাই আছে
							
పర్యాయపదాలు : মাইকী কুকুৰনেচীয়া