అర్థం : মিহি বস্তু কটা বা খোঁচা যতন
							ఉదాహరణ : 
							তেওঁ সাঁচ কটা যতনেৰে মার্বল ্পাথৰত ৰামৰ মূর্তি বনাই আছে
							
పర్యాయపదాలు : খোদাই কৰা যতন, ছাপ কটা যতন, সাঁচ কটা যতন
అర్థం : আৰবৰ এখন দেশ
							ఉదాహరణ : 
							কাটাৰ এখন খনিজ তেল উৎপাদক দেশ
							
అర్థం : ইৰাণৰ নিচেই কাষত অৱস্থিত এখন উপদ্বীপ
							ఉదాహరణ : 
							কাটাৰৰ মাটিকালি এঘাৰ হাজাৰ পাঁচশ বর্গ কিলোমিটাৰ