అర్థం : মাছৰ দেহৰ ভিতৰত থকা কাঁইটৰ নিচিনা হাড়
							ఉదాహరణ : 
							মাছ খাই থাকোতে ৰামুৰ মুখত কাঁইট লাগি ধৰিলে
							
పర్యాయపదాలు : কাঁইট, মাছৰ কাঁইট, মাছৰ কাঁটা
అర్థం : মানুহে আহাৰ খাওতে ব্যৱহাৰ কৰা ত্রিশুলৰ নিচিনা এবিধ আহিলা
							ఉదాహరణ : 
							কাটা, ছুৰিৰে আহাৰ খোৱাৰ ঢং সকলোৱে নাজানে
							
పర్యాయపదాలు : কাটা
అర్థం : কোনো জোখ-মাখ কৰা উপকৰণত লাগি থকা দীঘল, মিহি, জোঙা অংশ, যি কোনো জোখ-মাপ দেখুৱায়
							ఉదాహరణ : 
							কম্পাচৰ কাঁটাই উত্তৰ-দক্ষিণ সূচিত কৰিছে
							
పర్యాయపదాలు : কাটা